নমস্কাৰ AI-ৰ বিষয়ে
Namaskar AI হৈছে Assamese-first practical AI education platform যি Assam-ৰ learner আৰু professional-সকলৰ বাস্তৱ কামত AI প্ৰয়োগৰ বাবে তৈরি।
- সহজ bilingual ব্যাখ্যা
- workflow-first practical teaching
- safety আৰু verification focused guidance